• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিবনুৱাৰ বাবে সুখবৰ! : IOCLত ৪৮২টা নবিচি পদৰ বাবে আবেদন আহ্বান, কেনেকৈ কৰিব আবেদন?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 31, 2020 3:48 pm
index
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় তেল নিগম লিমিটেড( Indian Oil Corporation Limited)ত ৪৮২ টা নবিচি পদৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে।

প্ৰতিষ্ঠানটোৰ ৱেষ্টাৰ্ণ ৰিজন পাইপলাইন(WRPL), নৰ্দান ৰিজন পাইপলাইন(NRPL) ইষ্টাৰ্ণ ৰিজন পাইপলাইন(ERPL), ছাউৰ্থান ৰিজন পাইপলাইন(SRPL) আৰু ছাউথ ইষ্টাৰ্ণ ৰিজন পাইপলাইন(SERPL)ৰ বিভিন্ন স্থানত কাৰিকৰী আৰু অনা-কাৰিকৰী নবিচি পদত নিযুক্তি প্ৰদান কৰা হ’ব।

Apply Now

যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে অহা ৪ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰৰ সন্ধিয়া ৬ বজালৈকে অনলাইন যোগে আবেদন কৰিব পাৰিব।

শিক্ষাগত অহৰ্তা :-

  • মেকানিকেল আৰু অ’টো মোবাইল ইঞ্জিনিয়াৰিঙৰ তিনি বছৰীয়া ডিপ্ল’মা।
  • ইলেক্ট্ৰিকেল আৰু ইলেক্ট্ৰ’নিকছ ইঞ্জিনিয়াৰিঙৰ তিনি বছৰীয়া ডিপ্ল’মা।

 

  • টেলিকমিনিউকেশ্যন আৰু ইনষ্ট্ৰুমেনটেশ্যন ইঞ্জিনিয়াৰিঙৰ তিনি বছৰীয়া ডিপ্ল’মা।

 

  • ইলেক্ট্ৰ’নিছ এণ্ড কমিনিউকেশ্যন, ইলেক্ট্ৰ’নিকছ এণ্ড টেলিকমিনিউকেশ্যন, ৰেডিঅ’ কমিনিউকেশ্যন, ইনষ্ট্ৰুমেনটেশ্যন এণ্ড কন্ট্ৰ’ল, ইনষ্ট্ৰুমেনটেশ্যন এণ্ড প্ৰচেছ কন্ট্ৰ’ল আৰু ইলেক্ট্ৰ’নিকছ ইঞ্জিনিয়াৰিঙৰ তিনি বছৰীয়া ডিপ্ল’মা।

 

  • মানৱ সম্পদ সহায়কৰ বাবে স্বীকৃতিপ্ৰাপ্ত যিকোনো বিশ্ববিদ্যালয়ৰ পৰা তিনি বছৰীয়া স্নাতক ডিগ্ৰী।

 

  • একাউন্টেন্টৰ বাবে স্বীকৃতিপ্ৰাপ্ত যিকোনো বিশ্ববিদ্যালয়ৰ পৰা তিনি বছৰীয়া বাণিজ্যৰ স্নাতক ডিগ্ৰী।
  • ডাটা এণ্ট্ৰি অ’পাৰেটৰ বাবে দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণ।

 

বয়স ৩০.১০.২০২০ত ১৮ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰত হ’ব লাগিব।

টেকনিচিয়ান আৰু ট্ৰেড নবিচিসকলৰ বাবে নবিচিৰ সময়সীমা হৈছে এবছৰ আৰু ডাটা অপাৰেটৰসকলৰ বাবে ১৫ মাহ।

অধিক তথ্যৰ বাবে তলৰ লিংকটোক ক্লিক কৰিব পাৰে — Check official notification

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

গ’ল দি অভিলেখ গঢ়িলে ৰোনাল্ডোৱে; ‘বন্ধু’ৰ হাতত পৰাস্ত হৈ বিদায় ল’লে মড্ৰিচে

July 3, 2026 8:09 am
৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

৫৪ ফুটৰ দোচাৰ পৰা ১৪ টনৰ বিৰিয়ানি, গিনীজ বুকত নাম উজলোৱা ভাৰতৰ কেইবিধমান আজৱ খাদ্য

July 3, 2026 7:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd